অসমৰ গছ সমুহ
চিনো আহক :
অশোকফুল
(Saraca
indica Fam: Leguminosae)চিৰহৰিৎ, জোপোহা গছ, ফুল ৰঙা, গছৰ ছালৰ ৰস নাৰীৰ সকলো জৰায়ুৰ
ৰোগৰ মহৌষধ । স্নায়ু দুৰ্বলতা, শ্বেতস্ৰাব, ৰক্তঅৰ্শ, ধাতু দুৰ্বলতা আদিত ছালৰ ৰস উপকাৰী
।
(Alternanthera phyloxeroides(Mar.) Grisep. Fam: Amaranthaceae,
শাক হিচাপে ব্যৱহাৰ কৰা হয়।
অশ্বগন্ধা
(Withania somnifera,
Solanaceae) Indian ginseng, poison gooseberry, or winter cherryফুল বগা বা পাতল হালধীয়া, শিপাৰ ৰস শক্তিবৰ্ধক, প্ৰমেহ, কুষ্ঠ,
কুকুৰীকণা, খৰখজুৱতিৰ ঔষধ ।
বৰালি
বকুৱা
(Pouzolzia indica, Fam: Urticaceae )
পাতৰ ৰসত এন্টিচেপটিক গুন থাকে, শুকান কাহৰ মহৌষধ
পাতৰ ৰসত এন্টিচেপটিক গুন থাকে, শুকান কাহৰ মহৌষধ
নলডুবা (হেলচি)
(Alternanthera phyloxeroides(Mar.) Grisep. Fam: Amaranthaceae,
শাক হিচাপে ব্যৱহাৰ কৰা হয়।
মাটিকাদুৰী
(Alternanthera
sessiles,Fam: Amaranthaceae,
পাতৰ ৰস চুলি বৃদ্ধি হোৱাত সহায় কৰে তথা মাতৃ্দুগ্ধ বৃদ্ধিকাৰক।
পননোৱা
(Boerhaavia repens, Fam:Nyctaginaceae
প্ৰেসাৱ জনিত ৰোগৰ ঔষধ, ৰক্তহীনতা, হাঁপাণী, ব্ৰন্কাইটিছ, জন্ডিছ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
প্ৰেসাৱ জনিত ৰোগৰ ঔষধ, ৰক্তহীনতা, হাঁপাণী, ব্ৰন্কাইটিছ, জন্ডিছ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
No comments:
Post a Comment